top of page

আপুনি আপোনাৰ খাদ্য অন্বেষণৰ (explore) মনোৰম যাত্ৰাটি আমাৰ সৈতে আৰম্ভ কৰক। ইয়াত আপুনি আমাৰ  ৰেষ্টুৰেণ্ট/ ভোজনালয়সমূহৰ এক সম্যক ধাৰণা  লাভ কৰিব, যিবোৰে সমগ্ৰ উজনি অসমক সামৰি লৈ এক নতুন সোৱাদৰ বাতাবৰণ সৃষ্টি কৰিছে। আপুনি অসমৰ লগতে ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পৰা আহি উজনি অসমত প্ৰবেশ কৰা লগে লগেই সকলোকে উন্নত মানদণ্ডৰ খাদ্য আৰু আৰামদায়ক জিৰণি প্ৰদান কৰাৰ বাবে আমাৰ ৰেষ্টুৰেণ্ট আৰু ল'জসমূহ সদায় প্ৰস্তুত হৈ আছে। গতিকে আমাৰ এই উষ্ম আতিথ্য আৰু আৰামদায়ক সুবিধাৰ লগতে সুস্বাদু খাদ্য সম্ভাৰৰ সোৱাদ ল'বলৈ উজনি অসমৰ যিকোনো স্থানত আমাৰ সৈতে যোগাযোগ কৰক।

      

ইয়াৰোপৰি আমাৰ ৰেষ্টুৰেণ্টৰ অন্যান্য বৈশিষ্ট্য সমূহ তলত উল্লেখ কৰা হ'ল- 

 

•আমাৰ 'জুইশাল ৰেষ্টুৰেণ্টে' প্ৰয়োজন অনুসৰি বিভিন্ন সৰু-বৰ অনুষ্ঠানত কেটাৰিঙৰ সেৱা আগবঢ়ায়।  যেনে:

      * বিবাহ অনুষ্ঠান

      * বাৰ্থডে পাৰ্টি

      * বিবাহ বাৰ্ষিকী

      * সবাহ

      * অন্যান্য অনুষ্ঠান ইত্যাদি

 • সেই খাদ্যসম্ভাৰ সম্পূৰ্ণৰূপে নিজাকৈ  আমাৰ ৰেষ্টুৰেণ্টত প্ৰস্তুত কৰি উক্ত অনুষ্ঠান সমূহত শৃংখলাবদ্ধভাৱে পৰিবেশন কৰাৰ কাৰণেও আমাৰ ব্যৱস্থা আছে। 

• কোনো সদাশয় ব্যক্তিয়ে বিচাৰিলে তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ বাবেও আমাৰ সেৱা গ্ৰহণ কৰিব পাৰে। 

• আপোনালোকে কেৱল বিবাহৰ স্থান ঠিক কৰি দিলেই তাৰ পৰৱৰ্তী সময়ত খাদ্যসম্ভাৰৰ বাবে প্ৰয়োজনীয় সকলোখিনি দিশ আমাৰ ৰেষ্টুৰেণ্ট ঠিক কৰি লয়।

•  আপোনালোকে এটি বিশেষ বাজেট /পেকেজৰ  বিনিময়ত আপোনাৰ পৰিয়ালৰ বিভিন্ন অনুষ্ঠানত আমাৰ সেৱা লাভ কৰিব পাৰে।

Rajmai, Demow, Sibsagar

Rudra Singha Park, Joysagar

Kareng Tiniali, Sibsagar

Solicitor Road, Jorhat

Juihal Moranhat

NH-37, Khowang, Dibrugarh

Our Restaurants

Solicitor Road, Jorhat

Rudra Singha Park, Joysagar

Rajmai, Demow, Sibsagar

NH-37, Khowang, Dibrugarh

Kaziranga

Kareng Tiniali, Sibsagar

Juihal Moranhat

bottom of page